MyLyricsFinder

Nandini

Jaybee

00:41.17 “তোক পোৱাৰ হেপাহ জাগি”

Lyrics Timed, click a line to jump

যদি সময়বোৰ ৰয় থমকি
তোক পোৱাৰ হেপাহ জাগি
যদি আশাবোৰ ৰয় থমকি
দিব পাৰোঁ তোক প্ৰতিশ্ৰুতি
লাহে লাহে আহি
মোক আবিৰ সানি
কাণে কাণে কি কলাহি
বাৰে বাৰে তুমি
কাষতে আহি
হৃদয়ত কি ছবি আঁকি
মনে মনে আহি কি ৰং সানি
তুমি কোন জোনাকী
সপোনতো আহি কি ছবি আঁকি
তুমি কোন নন্দিনী
মনে মনে আহি কি ৰং সানি
তুমি কোন জোনাকী
সপোনতো আহি কি ছবি আঁকি
তুমি কোন নন্দিনী
সময়ৰ সূতে
আউল লগালে
তোৰ মোৰ সপোনবোৰ
সকলো ভাঙিলে
সময়ৰ সূতে
আউল লগালে
তোৰ মোৰ সপোনবোৰ
সকলো ভাঙিলে
লাহে লাহে আহি
মোক আবিৰ সানি
কাণে কাণে কি কলাহি
বাৰে বাৰে তুমি
কাষতে আহি
হৃদয়ত কি ছবি আঁকি
মনে মনে আহি কি ৰং সানি
তুমি কোন জোনাকী
সপোনতো আহি কি ছবি আঁকি
তুমি কোন নন্দিনী
মনে মনে আহি কি ৰং সানি
তুমি কোন জোনাকী
সপোনতো আহি কি ছবি আঁকি
তুমি কোন নন্দিনী

Can't get it out of your head? Play “Nandini” yourself.

Find the sheet music